"শিক্ষাৰ সাধাৰণ আৰু উচ্চতম মাপত আমাৰ পাঠশালা - জ্ঞানৰ বৃহৎ সাগৰ, সৃষ্টিৰ সৌন্দৰ্য, আৰু নৈতিক মূল্যাংকনত আমাদেৱা আদৰ্শ আচৰণৰ পৰা চিৰস্থাৰ।

School Prayers

আমাৰ বিদ্যালয়ৰ প্ৰাৰ্থনা

একাদশ ব্রত

"অহিংসা সত্যমস্তেয় ব্রহ্মচর্য্য অসংগ্রহ
শৰীৰশ্ৰমশ্বাদ সর্বত্র ভয়বর্জন।
সর্ব্বে ধৰ্ম্মে সমানত্ব স্বদেশী স্পর্শভাৱনা
হী একাদশ সেৱাবিনম্রতে ব্রত নিশ্চয়ে।।”

(অর্থঃ অহিংসা, সত্য, চুৰ নকৰা, ব্ৰহ্মচৰ্য্য পালন, আনৰ বস্তুৰ প্ৰতি মোহ নকৰা, শাৰীৰিক শ্ৰম, আশ্বাদ, সকলো ভয় ত্যাগ কৰা, সকলো ধর্মকে সমদৃষ্টিৰে চোৱা, নিজ দেশৰ প্ৰতি অনুগত হোৱা আৰু বিনয়ী হোৱা - এই এঘাৰটা ব্রত পালন কৰা উচিত।)

ৰামধুন

ৰঘুপতি ৰাঘৱ ৰাজা ৰাম,
পতিত পাৱন সীতা ৰাম।।
ঈশ্বৰ আল্লা তেৰে নাম।
সৱকো সুমতি দে ভগৱান।।
মঙ্গল পৰশন ৰাজাৰাম।
পতিত পাৱন সীতা ৰাম।।
যোহি আল্লা সোহি ৰাম।
পতিত পাৱন সীতা ৰাম।।

প্রার্থনা

ওঁম্, অসতো মা সদ্গময়
তমসো মা জ্যোতির্গময়
মৃত্যুর্মা অমৃতং গময়।
ওঁম্ শান্তি! শান্তি! শান্তি

(অর্থঃ হে ভগৱানহু অসৎত্ৰ পৰা সৎ পথলৈ, অন্ধকাৰৰ পৰা পোহৰলৈ, মৃত্যুৰ পৰা অমৰত্বলৈ নিয়া।)

ওঁম্ শান্তি !! শান্তি !! শান্তি!!