"শিক্ষাৰ সাধাৰণ আৰু উচ্চতম মাপত আমাৰ পাঠশালা - জ্ঞানৰ বৃহৎ সাগৰ, সৃষ্টিৰ সৌন্দৰ্য, আৰু নৈতিক মূল্যাংকনত আমাদেৱা আদৰ্শ আচৰণৰ পৰা চিৰস্থাৰ।

" জ্ঞান আৰু সৃষ্টিৰ প্ৰতি সমর্পিত - আমাৰ পাঠশালা, আপোনাৰ ভৱিষ্য নিৰ্মাণ কৰাৰ স্থান।"

" অভিজ্ঞান আৰু নৈতিকতাৰ সমৃদ্ধি, আমাৰ পাঠশালাৰ লক্ষ্য।"

About Us

স্ত্রী শিক্ষাৰ প্রসাৰৰ উদ্দেশ্য আগত ৰাখি বৃহত্তৰ ভাস্কৰনগৰ আৰু ইয়াৰ আশে পাশে থকা অঞ্চলৰ কেইবাগৰাকীও সমাজ সচেতক ব্যক্তিৰ উদ্যোগত যুগ সাপেক্ষ আৰু প্রয়োজনীয় সকলো দিশ পৰিপূৰ্ণ এখনি নাৰী শিক্ষা কেন্দ্র স্থাপনৰ উদ্দেশ্যৰে ১৯৯১ চনৰ ডিচেম্বৰ মাহৰ এটি শুভ দিনত ভাস্কৰ নগৰ প্রাথমিক বিদ্যালয়ত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। উক্ত সভাতে বৃহত্তৰ ভাস্কৰ নগৰ নিউগুৱাহাটী ৰেলৱে কলনি, হাতীগড় চাৰিআলি আৰু জু-নাৰেঙ্গী আদি অঞ্চলক সামৰি "ওজা হেমচন্দ্র বৰুৱা বিদ্যামন্দিৰ" নামেৰে এখনি ছোৱালী উচ্চ ইংৰাজী বিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্রহন কৰা হয় । কিয়নো স্বর্গীয় হেমচন্দ্র বৰুৱাদেৱে হ'ল অসমীয়া ভাষাক নকৈ প্রতিষ্ঠা কৰোঁতা, ভাষাবিদ,শিক্ষাবিদ, সু-লিখক, অসমীয়া ভাষাৰ ব্যাকৰণ, "হেমকোষ" (অসমীয়া অভিধান) প্রণয়ন কৰাৰ উপৰিও এজন নির্ভীক কুসংস্কাৰ বিৰোধী আৰু চোকা সমালোচক হিচাপেও শ্ৰদ্ধাৰ পাত্র।

Our Best Features

পৰিশ্ৰম, জ্ঞান, আৰু সৃষ্টি - আমাৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্য নিৰ্মাণ কৰাৰ স্থান।

Active Learning

Active learning has proven to be beneficial for the growth,creativity, traits, and critical thinking and understanding of students in all educational settings.

Expert Teachers

Expert teachers play a crucial role in the educational landscape, contributing significantly to the intellectual and personal development of students.

Art & Craft

Art and craft are integral components of a well-rounded education, offering students opportunities for skill development and personal growth.

Music Lessons

Music lessons in schools offer a multitude of benefits for students, contributing to their overall development and enriching their educational experience.

অধ্যক্ষৰ বাৰ্তা (Principal's Message)

Dear students, as we stand on the threshold of a new academic year, I am filled with enthusiasm and optimism for the incredible journey that lies ahead. Welcome back, or if you're new to our school community, a heartfelt welcome to you! Whether you're a returning student or a freshman ready to embark on this adventure, I am confident that the upcoming year holds endless opportunities for growth, learning, and success.

Academics

আমাৰ শিক্ষা, আপোনাৰ ভৱিষ্য সৃষ্টি কৰাৰ জ্ঞানধাৰা

যোগাযোগ কৰক (Get in Touch)